লামডিং-উদালী ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা : নিহত ১ আহত ৩ 

Lanka, accident, xuv500,

লামডিং-উদালীৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা৷ মহিন্দ্ৰা এক্সইউভি-৫০০ এএছ-০২এইচ-৬৪২৪ নম্বৰৰ চাৰি চকীয়া লামডিং অভিমুখী গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়।দুৰ্ঘটনাটোত থিতাতে নিহত হয় অৰিন্দম দাস নামৰ এজন যুৱক আৰু আহত হয় গাড়ীখনৰ আৰোহী অভি নাগ, বিকী ধৰ আৰু টুটন দত্ত। অতি সংকটজনক অৱস্থাত আহতসকলক হোজাইৰ হাম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

Your Comments