কাষ চাপিছে ৰাম-ৰাৱণৰ দেশ। ভাৰতৰ পৰা নিৰাপত্তা জনিত সহায় বিচাৰিছে শ্রীলঙ্কাই ৷ ভাৰতেও শ্রীলঙ্কাক এই সহায় কৰিবলৈ আগ্ৰহী।
মৌলবাদীসকলকলৈ বহুদিন ধৰিয়েই ভুগিছে শ্রীলঙ্কাই । এই সন্দৰ্ভত আতঙ্কিত সেই দেশৰ সাধাৰণ জনতা। শ্রীলঙ্কাৰ মাটিত দীর্ঘদিন ধৰি এই ধৰণৰ সন্ত্ৰাসবাদী কাৰ্য-কলাপ চলিছে বুলি জানিব পৰা গৈছে ৷ শ্রীলঙ্কাৰ সন্ত্ৰাসবাদী কার্য-কলাপ সমূহ ধৰিবলৈ ভাৰতত ব্যৱহৃত নেটৱর্কেই ব্যৱহাৰ কৰিবলৈ বিচাৰিছে ভাৰতে।
- Read more about নিৰাপত্তাৰ প্ৰশ্নত কাষ চাপিছে শ্ৰীলঙ্কা-ভাৰত
- Log in to post comments
- 6 views