বৰ্তমান বিমানেৰে বহিঃৰাজ্যৰ পৰা অসমলৈ আহিলে বিমান বন্দৰতে ক'ভিড পৰীক্ষা কৰোৱাতো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ বাবে প্ৰথমে কৰিব লাগিব Rapid Antigen Test আৰু এই পৰীক্ষাত পজিটিভ ওলালে হোম আইচ’লেচন অথবা চিকিৎসালয়লৈ পঠোৱা হ’ব ৷ আনহাতে, নিগেটিভ ওলালে পুনৰ বিমান বন্দৰত RT-PCR পৰীক্ষা কৰিব লাগিব আৰু এই পৰীক্ষাৰ ফলাফল নহা পৰ্যন্ত ব্যক্তিগৰাকীক কোৱাৰেণ্টিন কৰি ৰখা হ’ব। এই পৰীক্ষাৰ ফলাফল পজিটিভ ওলালে home isolation নাইবা প্ৰয়োজনত চিকিৎসালয়লৈ পঠোৱা হ’ব। ইয়াৰ বিপৰীতে এই পৰীক্ষাৰ ফলাফল যদি নিগেটিভ আহে, তেনেহ’লে ক'ভিড প্ৰট'কল মানি লোকজনে চলাফুৰা কৰিব পাৰিব।
- Read more about বাধ্যতামূলক কৰা হৈছে বহিঃৰাজ্যৰ পৰা বিমানেৰে অসমলৈ অহা সকলোৰে ক’ভিড পৰীক্ষা
- Log in to post comments
- 5 views