নিউজ ডেস্ক January 30 / 2019 88 views আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ হিয়াৰ আমঠু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱক 'ভাৰত ৰত্ন' বঁটা প্ৰদান কৰাৰ বাবে আমাৰ সকলোৰে মৰমৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াই নিখুঁতভাৱে অংকন কৰা বলুকা ভাস্কৰ্য।