নিশা মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত নিশা  সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।গুৱাহাটীৰ লালগণেশৰ এখন পাণদোকানৰ পৰা সংঘটিত হয় অগ্নিকাণ্ড।অগ্নিকাণ্ডত জাহ যায় ৪খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান।প্ৰায় ৬খনকৈ অগ্নিনির্বাপক বাহিনীৰ বাহনে দীর্ঘসময় চেষ্টা চলাই জুই নির্বাপন কৰিবলৈ সক্ষম হয়।অগ্নিকাণ্ডত বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়।

Your Comments