
নিউজ ডেস্ক:
মহানগৰীৰ চানমাৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷দাউদাউকৈ জ্বলি উঠিল যাত্ৰীবাহী ৰেলৰ দবা।
চানমাৰী উৰণীয়া সেঁতুৰ ওচৰতে সংঘটিত হয় এই ঘটনা। জানিব পৰামতে জুই লগা সময়ত নামনিমুৱা যাত্ৰীবাহী ৰেলখন চলন্ত অৱস্থাত আছিল ৷
কি কাৰণে এই অগ্নিকাণ্ড সংঘটিত হ’ল জানিব পৰা হোৱা নাই।
- Log in to post comments
- 11 views