- 95 views
ৰাজ্যসভা স্থগিত কৰাৰ পিছত বিধেয়ক-২০১৬ৰ গৃহীত হোৱাটো স্থগিত হ'ল৷ বিধেয়কৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে গ্ৰহণ কৰিছিল বলিষ্ঠ নেতৃত্ব। ফলত ৰাজ্যসভাত বৃহৎ জয় লাভ কৰিছিল অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে। বিজয়ৰ পিছত আছু আৰু নেছৰ নেতৃত্বই কনৰাড চাংমাক ধন্যবাদ জনাই পিন্ধাই দিলে অসমীয়া জাতীয় প্ৰতীক গামোচা।