নিউজ ডেস্ক:
মঙলবাৰে বিজেপিত যোগ দিয়া বলীউডৰ 'হিমেন' ছানী দেওলক পঞ্জাবৰ গুৰুদাসপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে বিজেপিয়ে।এই আসনখনত প্ৰয়াত প্ৰখ্যাত অভিনেতা বিনোদ খান্না সাংসদ আছিল।
আনহাতে ৰাজ্যখনৰ চণ্ডীগড় আসনত বৰ্তমানৰ সাংসদ অভিনেত্ৰী কিৰণ খেৰক পুনৰ টিকট দিলে বিজেপিয়ে।
- Log in to post comments
- 10 views