পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পৰ্কত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ অসমৰ ৰাইজৰ ৰায়দানক নতশিৰে মানি লোৱা বুলি মন্তব্য কৰি বৰাই বিজেপিৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ বৰাই লগতে কয় যে, আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ লগতে নতুন গতি দিয়াৰ উদ্দেশ্যে দলে পৰ্যালোচনা কৰি দলে কাৰ্যপন্থা গ্ৰহণ কৰিব৷
- Log in to post comments
- 15 views