৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ LIVE UPDATE

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ LIVE UPDATE

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলঃ

Live Updates on Election Results from each assembly constituency in Madhya Pradesh, Rajasthan, Mizoram, Chhattisgarh, Telangana,

1

চত্তিশগড়

৯০/৪৬

2

মধ্য প্ৰদেশ

২৩০/১১৬

3

মিজোৰাম

৪০/২১

4

ৰাজস্থান

১৯৯/১০১

5

তেলেংগানা

১১৯/৬০

1

CONG

৬৮

1

CONG

১১৪

4

CONG

০৫

1

CONG

৯৯

4

CONG

১১

1

BJP

১৫

5

BJP

১০৯

5

BJP

০১

4

BJP

৭৩

7

BJP

০১

k

JCC(J)

০৭

k

GGP

০২

k

MNF

২৬

k

NUZP

k

TRS

৮৮

k

BSP

k

BSP

k

PRISM

k

BSP

০৬

k

TDP

০২

k

CPI

k

OTH

০৫

k

OTH

০৮

l

OTH

২১

্

OTH

০৯

 

 

1 @ কংগ্ৰেছ

bjp @ ভাৰতীয় জনতা পাৰ্টী

11 @ জনতা কংগ্ৰেছ ছত্তিশগড়

4 @ বহুজন সমাজ পাৰ্টী

 

6 @ কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া

ি @ গণ্ডৱানা গণতন্ত্ৰ পাৰ্টী

ে্ে @ মিজো নেচনেল ফ্ৰণ্ট

s @ পিপ'ল ৰিপ্ৰেজেণ্টেচন ফ'ৰ আইডেণ্টি এণ্ড ষ্টেটাছ ফ'ৰ মিজোৰাম পাৰ্টী

ি @ নেচনেল ইউনিয়নিষ্ট জামিণ্ড্ৰা পাৰ্টী

ি @ টেলেংগানা ৰাষ্ট্ৰ সমিতি

্িে @ টেলেগু দেশম পাৰ্টী

 

তেলেংগানত সমাপ্ত হল ভোট গণনা। 

৮৭ খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ তেলেংগানা ৰাষ্ট্ৰীয় সমিতি ।

২২খন আসনেৰে দ্বিতীয় স্থানত আছে কংগ্ৰেছ।

ঠিক একেদৰে ১খন আসনেৰে তৃতীয় স্থানত আছে বিজেপি ।

উল্লেখ যে ১১৯ খন আসনৰ বাবে হৈছিল নিৰ্বাচন ।

ৰাজস্থানৰ ভোট গণনা সমাপ্ত।ৰাজস্থানত নুফুলিল পদুম।

বিজেপি শাসন উফৰাই ৰাজস্থানত উৰিল কংগ্ৰেছৰ পতাকা ।

১৯৯খন আসনৰ বাবে হোৱা নিৰ্বাচনত ১০১ খন আসন লাভ কৰি কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠন কৰাটো নিশ্চিত হল।

বিজেপিয়ে লাভ কৰিলে ৭৩খন আসন।

 

Your Comments