পঞ্চায়ত নিৰ্বাচনৰ কিছু তথ্য

পঞ্চায়ত নিৰ্বাচনৰ কিছু তথ্য

# এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ মুঠ ২৬৮০৮টা সমষ্টিত ৭৮৫৭১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা ৷

# প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সৰ্বমুঠ প্ৰাৰ্থী ৪৩৫১৫গৰাকী ৷

# দ্বিতীয় পৰ্যায়ৰ সৰ্বমুঠ প্ৰাৰ্থী ৩৫০৫৬গৰাকী ৷

# বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৭৩৪গৰাকী প্ৰাৰ্থী ৷

# ইয়ৰে বিজেপিৰ ৩৮০গৰাকী,

#কংগ্ৰেছৰ ১৯৩গৰাকী,

#অগপৰ ২৮গৰাকী,

# এআইইউডিএফৰ ১০গৰাকী,

# চিপিআই (এম)ৰ ১গৰাকী,

# বিপিএফৰ ৫গৰাকী,

# নিৰ্দলীয় ১১৭গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী ।

# জিলা পৰিষদৰ ১,

# আঞ্চলিক পঞ্চায়তত ৫,

# গাঁও পঞ্চায়ত সদস্য ১৮৭ জয়ী কংগ্ৰেছৰ ৷

# আঞ্চলিক পঞ্চায়ত ১১, 

# গাঁও পঞ্চায়ত সভাপতি ৭,

# গাঁও পঞ্চায়ত সদস্য ৩৬২ জয়লাভ বিজেপিৰ ।

# ২৮ গাঁও পঞ্চায়ত সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ অগপৰ ৷

# এআইইউডিএফৰ ১০গৰাকী গাওঁ পঞ্চায়ত সদস্যৰ জয় ৷

# চিপিআই (এম)ৰ ১ গাঁও পঞ্চায়তৰ সদস্যৰ জয় ৷

# বিপিএফৰ ৫ গাঁও পঞ্চায়ত সদস্য আৰু নিৰ্দলীয় ১১৭গৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় ৷

# প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় ৪৪২গৰাকী প্ৰাৰ্থী ৷

# দ্বিতীয় পৰ্যায়ত ২৯২গৰাকীৰ জয় ।

# প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হ'ব ৩ ডিচেম্বৰৰ বিয়লি ৩ বজাত ৷

# দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিব ৭ ডিচেম্বৰৰ বিয়লি ৩ বজাত ।

# এই তথ্য প্ৰদান কৰিছে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত হৰেন্দ্ৰ নাথ বৰাই ৷

Your Comments