ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি উলংঘা

ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি উলংঘা

ৰঙিয়াত পঞ্চায়ত নিৰ্বাচন আচৰণবিধি উলংঘাক লৈ উত্তপ্ত পৰিস্থিতি । 

মধ্য পাণ্ডুৰী গাঁও পঞ্চায়তৰ হাৰিয়ানডাব গাঁৱত উত্তেজনা ।

ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি উলংঘা

ৰাইজে আবদ্ধ কৰিলে অসম কৃষি বিশ্ববিদ্যালয়ৰ বলেৰ'সহ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াৰ দলক । 

কৃষকৰ মাজত সাৰ আৰু বীজ বিতৰণ কৰিবলৈ আহিছিল দলটো । 

ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি উলংঘা

এগৰাকী স্থানীয় বিজেপি নেতা জড়িত থকাৰ অভিযোগ ৰাইজৰ । 

প্ৰলোভনৰ ৰাজনীতি কৰা বুলি ৰাইজৰ সকীয়নি বিজেপিক । 

ৰঙিয়াত পঞ্চায়ত নিৰ্বাচনৰ আচৰণবিধি উলংঘা

নিৰ্বাচনী বিধি উলংঘা কৰাৰ কথা স্বীকাৰ কৃষি বিষয়াৰ ।

Your Comments