কংগ্ৰেছৰ সৈতে নিশাৰ আন্ধাৰত আমাৰ লুকাই লুকাই ইলু-ইলু চলিছে- বিস্ফোৰণ মন্তব্য কৰিমুদ্দিন বৰভূঞাৰ

A

নিউজ ডেস্ক:

"কংগ্ৰেছৰ সৈতে আমাৰ ৰাতি আন্ধাৰত লুকাই লুকাই ইলু-ইলু চলিছে।কংগ্ৰেছৰ ৬জনকৈ বিধায়ক AIUDFলৈ আহিব"- এই বিস্ফোৰণ  মন্তব্য বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।

তাৎপৰ্যপূৰ্ণ কথা এই যে বিজেপিলৈ কংগ্ৰেছৰ পৰা যাবলৈ  ওলোৱা  ৮জন বিধায়ককো AIUDFত যোগদান কৰাৰ আহ্বান বৰভূঞাৰ।বিজেপিলৈ যাব নালাগে, কংগ্ৰেছৰ বিধায়কসকল।AIUDFলৈ আহক, বিজেপিৰ দিন কালিৰ পৰা বেয়া  আৰম্ভ হৈছে৷

Your Comments