ক্ৰছ ভোটিং প্ৰসংগত AIUDF বিধায়ক কৰিমুদ্দিন বৰভূঞা, ২২জন গাড্ডাৰ কংগ্ৰেছতে আছে

A

নিউজ ডেস্ক:
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিং প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বই দলৰ বিধায়কসকলক মুখ বন্ধ কৰা প্ৰসংগত AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা কঠোৰ  সমালোচনা।অসমৰ ৰাইজৰ লগত কংগ্ৰেছে এনেকুৱা ধেমালি কৰাটো উচিত নহয়।বিধায়কক এতিয়া মুখ বন্ধ ৰাখিছে সভাপতি ভূপেন বৰাই।কিন্তু লাহে লাহে কথা বোৰ ওলাই আছে।২২জন গাড্ডাৰৰ তালিকা ওলায় বুলি  মুখ বন্ধ কৰিছে বৰাই।মই প্ৰথমতে যি কৈছিলো সেয়াই সত্য- ভূঞাই কয়।
কংগ্ৰেছৰ ২২জনে ভোট দিছে।২২জনৰ বিৰুদ্ধে ব্যৱস্থা লব নোৱাৰি মুখ বন্ধ ৰাখিছে বৰাই বুলি পুনৰ কটাক্ষ কৰি বিধায়ক ভূঞাই কয়-বিচাৰ কেতিয়া হ’ব সেইটো ৰাইজে জানিব বিচাৰিছে।ক্ৰছ ভোটিঙৰ তালিকাত যদি দুজনকৈ কাৰ্যকৰী সভাপতিৰ নাম আহে কি কৰিব বৰাই ।

Your Comments