প্ৰদেশ কংগ্ৰেছৰ মস্তিষ্ক মন্থন অধিৱেশন স্থগিত

A

নিউজ ডেস্ক :

ক'ৰনা সৃষ্ট পৰিৱেশৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই অসম প্ৰদেশ কংগ্ৰেছ দলৰ মস্তিষ্ক মন্থন অধিৱেশন সাময়িক ভাৱে স্থগিত ৰখা হৈছে।২৪-২৬জানুৱাৰীৰ পৰা তেজপুৰত অনুষ্ঠিত হোৱাৰ কথা আছিল অধিৱেশন।এই কথা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।

আনহাতে, ক'ৰনাৰ পৰিৱেশ স্বাভাৱিক হ’লে অধিৱেশনৰ পৰৱৰ্তী দিন ঘোষণা কৰা হ’ব বুলিও বিজ্ঞপ্তিখনত উল্লেখ আছে।

Your Comments