ক'ৰনাৰ আতংকৰ মাজতে ১০ ফেব্ৰুৱাৰীৰ পৰা ৭টা পৰ্যায়ত পাঁচ ৰাজ্যৰ নিৰ্বাচন, পঢ়ক

A

নিউজ ডেস্ক:

ক'ৰনা সংক্ৰমণৰ মাজতে দেশৰ  পাঁচৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা।উত্তৰ প্ৰদেশ, গোৱা, মণিপুৰ, উত্তৰাখণ্ড আৰু পঞ্জাৱৰ নিৰ্বাচনৰ দিন শনিবাৰে ঘোষণা কৰে ভাৰতীয় নিৰ্বাচনী আয়োগে।

উল্লেখ্য যে ,মুঠ ৭টা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা নিৰ্বাচন ১০ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।সেই অনুসৰি ১০ মাৰ্চত ঘোষণা কৰা হ’ব ফলাফল।

নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি  উত্তৰ প্ৰদেশত ১০ ফেব্ৰুৱাৰী পৰা ৭মাৰ্চলৈ ৭টা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন।মণিপুৰত ২৭ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চ।পাঞ্জাৱ, উত্তৰাখণ্ড আৰু গোৱাত ১৪ফেব্ৰুৱাৰীত হ'ব ভোটগ্ৰহণ।সংবাদমেলত ঘোষণা মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰাৰ ।।

Your Comments