ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান

A

নিউজ ডেস্ক :

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ঘোষণা।জ্যেষ্ঠ নেতা ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি  হিচাপে  নিযুক্তি প্ৰদান কৰা হয়  ।নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ঘোষণা কৰিছে সভাপতিৰ নাম।

উল্লেখ্য যে বৰাৰ লগতে তিনিগৰাকী কাৰ্যকৰী সভাপতি নিযুক্তি দিছে এআইচিচিয়ে।জ্যেষ্ঠ নেতা ৰানা গোস্বামী, বিধায়ক কমলাক্ষ দে পুৰকায়স্হ , বিধায়ক জাকিৰ হুছেইন চিকদাৰক নিযুক্তি দিয়া হৈছে কাৰ্যকৰী সভাপতি হিচাপে।

গুৰুত্বপূৰ্ণ কথা ভূপেন বৰা আৰু ৰানা গোস্বামী বৰ্তমান এআইচিচি সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে।B

Your Comments