বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী
ৰাজ্যসভাৰ টিকট বিচাৰিছে দিল্লীৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ বিচাৰিছে বিজেপি দলৰ বৰাকৰ প্ৰবীণ নেতা, প্রাক্তন বিধায়ক মিছনৰঞ্জন দাসে।ইতিমধ্যে,দাসে দলৰ শীৰ্ষ নেতৃবৰ্গৰ পৰা সংকেত লাভ কৰি দিল্লীলৈ উৰা মাৰিছে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 11 views