৪অক্টোবৰত অসমৰ ৰাজ্যসভা এখন আসনৰ উপ-নির্বাচন

A

নিউজ ডেস্ক:

ৰাজ্যসভা অসমৰ এখন আসনৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা।৪ অক্টোবৰত অনুষ্ঠিত হ'ব নির্বাচন।

উল্লেখ্য যে বিশ্বজিৎ দৈমাৰী বিজেপিত যোগদানৰ পাছতে খালী হৈছিল আসনখন।সাংসদ পদ ত্যাগ কৰি  দৈমাৰী বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ।

Your Comments