ভাৰতীয় ন্যায় ব্যৱস্থাই স্বতন্ত্ৰতা- স্বাধীনতা প্ৰমাণ কৰিলে- দোষমুক্ত হৈ অখিল গগৈয়ে কয়

A


'ভাৰতীয় ন্যায় ব্যৱস্থাৰবাবে এটা ঐতিহাসিক দিন।ন্যায় ব্যৱস্থাই স্বাধীনতা-স্বতন্ত্ৰতা প্ৰমাণ কৰিলে'- ৰাষ্ট্রীয় তদন্তকাৰী সন্থা, মাওবাদী গোচৰত দোষমুক্ত ঘোষণাৰ পাছতে এই গুৰুত্বপূৰ্ণ মন্তব্য কাৰাবন্দী বিধায়ক অখিল গগৈৰ ৷গুৱাহাটী মেডিকেল কলেজ হাস্পতালত গগৈয়ে কয়-ঐতিহাসিক ইমান ডাঙৰ ঘটনা পূৰ্বতে ভাৰতীয় ন্যায় ব্যৱস্থাত কেতিয়াও ঘটা নাই।

উল্লেখ্য যে  যে বিগত ডেৰ বছৰ ধৰি মাওবাদীৰে সম্পৰ্ক থকা গুৰুতৰ অভিযোগত NIAৰ হাতত বন্দী হৈ আছিল গগৈ।কাৰাবন্দী অৱস্থাতে নির্বাচনত অৱৰ্তীন হৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে জয়ীয়ো হৈছিল অখিল গগৈ ।

তাপৰ্য্যপূৰ্ণ কথা যে  ১৩তাকৈ গোচৰত বিগত ডেৰ বছৰৰো অধিক সময় বন্দী হৈ আছিল কা' আন্দোলন কাৰী অখিল গগৈ।

Your Comments