যদিও বিহাৰত জেডিইউ অথবা নীতিশ কুমাৰ পুনৰ ক্ষমতাত অধিষ্ঠিত হ'ল,কিন্তু দুৰ্বল হ'ল।২০১৫ চনত ৭১ খন আসন দখল কৰা জেডিইউয়ে ২০২০ চনত ৪৩ খন আসন লাভ কৰিবলৈ সক্ষম হ'ল।কিন্তু,এনে পৰাজয়ৰ পিছতো সহযোগী বিজেপিৰ ৭৪ খন আসনৰ সহায়ত পুনৰ ক্ষমতাত জেডিইউ।
- Log in to post comments
- 10 views