২৬ টা সমষ্টিত ভোটৰ ব্যৱধান ১০০০ত কৈ কম,ইয়াতে লুকাই আছে চৰকাৰ গঠনৰ চাবিকাঠী!

Bihar

যদিও বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাত এনডিএই সংখ্যাগৰিষ্ঠতা লাভ কৰিছে,মহা জোঁঁটবন্ধনৰ সম্ভৱনা এতিয়াও শেষ হোৱা নাই।নিৰ্বাচন আয়োগৰ মতে বিয়লি ৩-৩০ বজালৈ ২৬টা সমষ্টিত মুখ্য প্ৰতিদ্বন্দী দল দুটাৰ মাজত ভোটৰ ব্যৱধান ১০০০ ত কৈ কম।এই সমষ্টিকেইটাৰ অধিকাংশত মহা জোঁঁটবন্ধনৰ প্ৰাৰ্থী বিজয়ী হ'লে আৰজেডিৰ নেতৃত্বত চৰকাৰ গঠন হৈ যাব পাৰে।

Your Comments