যদিও বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনাত এনডিএ অথবা জেডিইউ আৰু বিজেপি আগবাঢ়ি আছে,তথাপি পট পৰিৱৰ্তনৰ সম্ভৱনা পূৰ্ণ মাত্ৰাই আছে।কাৰণ,দুপৰীয়া ১ বজালৈ ১২৩ টা সমষ্টিত মুখ্য প্ৰতিদ্বন্দী দুটা দলৰ মাজত ভোটৰ ব্যৱধান ৩,০০০ত কৈ কম আছিল।
- Log in to post comments
- 55 views