![news asn](/sites/default/files/styles/article_detail/public/2019-04/NEWSAN_1.jpg?itok=EZ4hYA4y)
বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত
দিনৰ ১:১৬ মিনিটত ৰাজ্যজুৰি অনুভূত হয় এক মৃদু ভূমিকম্প।
প্ৰায় ৫ চেকেণ্ড সময় জুৰি থাকে ভূমিকম্পৰ জোকাৰণি।
বাতৰি লিখা সময়লৈ কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।
- Log in to post comments
- 22 views