নিয়ন্ত্ৰণ হেৰুৱাই বাহনসহ নদীত পৰি মৃত্যু ONGCৰ বিষয়া ভাস্কৰজ্যোতি বৰ্মনৰ

 A

নিউজ ডেস্ক:

নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাহনসহ পানীত পৰি অকাল মৃত্যুক সাবটি ললে  ONGCৰ এগৰাকী বিষয়াই।টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।দুৰ্ঘটনাটোত নিহত ONGCৰ বিষয়াগৰাকীক গুৱাহাটীৰ বামুণীমৈদামৰ নিৱাসী ভাস্কৰজ্যোতি বৰ্মন বুলি চিনাক্ত কৰা হৈছে৷জানিব পৰা মতে, বিষয়াগৰাকীয়ে যোৰহাট অভিমুখে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই জগদুৱাৰ নদীত বাহনসহ বাগৰি পৰে।

Your Comments