জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল জোনমণি ৰাভাৰ মাতৃৰ

 

নিউজ ডেস্ক:
জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে  জোনমণি ৰাভাৰ মাতৃয়ে ৷ গুৰুত্বপূৰ্ণ কথা এই যে এজাহাৰত উল্লেখ কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে কেইবাগৰাকীও আৰক্ষী বিষয়াৰ নাম ৷ আনহাতে SI জোনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনা নহয়  বুলিও দাবী কৰে  এজাহাৰত৷

Your Comments