তিনিচুকীয়া জিলাৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্রীয় উদ্যানত কিছু সময় পূৰ্বে বনজুয়ে চানি ধৰে৷ বহু দূৰৈৰ পৰা এই বনজুই দেখিবলৈ পোৱা গৈছে৷ উদ্যানখনৰ বহু অংশ ইতিমধ্য বনজুয়ে গ্ৰাস কৰিছে৷
স্থানীয় ৰাইজে কোনো বেদখলকাৰীৰ কবলত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ বৰ্তমানলৈ প্ৰশাসনৰ কোনো লোক উপস্থিত হোৱা নাই৷ বহু বনৰীয়া জীৱ-জন্তুক জুয়ে পোৰাৰ আশংকা৷
- Log in to post comments
- 74 views