আজিৰে পৰা আৰম্ভ হৈছে এন আৰ চিৰ নাম শুদ্ধিকৰণ প্ৰক্ৰিয়া৷ যিসকল নাগৰিকৰ নাম এন আৰ চিৰ খচৰাত ভুলকৈ আহিছে বা অন্যান্য বিসংগতিৰ সন্মুখীন হৈছে তেওঁলোকে অন্-লাইনযোগে শুধৰণি কৰিব পাৰিব৷
ৱেবছাইটটো হৈছে www.nrcassam.nic.in৷ আনহাতে, এন আৰ চি সেৱা কেন্দ্ৰত পুৱা ১০ বজাৰ পৰা নাগৰিকে জমা দিব পাৰিব নাম শুদ্ধিকৰণৰ আবেদন৷ শুদ্ধিকৰণ প্ৰক্ৰিয়া অহা ৩১ জানুৱাৰীলৈ অব্যাহত থাকিব৷
- Log in to post comments
- 82 views