জনজাতিকৰণৰ নামত চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ

জনজাতিকৰণৰ নামত চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ

কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰা প্ৰতাৰণাৰ প্ৰতিবাদ ৰঙিয়াত ৷

জনজাতিকৰণৰ নামত চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ

আজি ৰঙিয়াত কোচ ৰাজবংশী ছাত্ৰ সন্থাই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰখনৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

কোচ ৰাজবংশী সম্প্ৰদায়ক শীঘ্ৰে জনজাতিকৰণ কৰিবলৈও চৰকাৰৰ ওচৰত দাবী জনায় । অন্যথা ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি সংগঠনটোৱে সকীয়াই দিয়ে ।

Your Comments