জিএমচিএইচৰ ফাৰ্মাচিষ্ট মকিবুৰ ৰহমানক নিলম্বন

A

নিউজ ডেস্ক:

কৰ্তব্যত গাফিলতিৰ অভিযোগত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ফাৰ্মাচিষ্ট মকিবুৰ ৰহমানক নিলম্বন।চিকিৎসালয়ৰ অধীক্ষক অভিজিৎ শৰ্মাই এক জাননীৰ জৰিয়তে বৃহস্পতিবাৰে নিলম্বন কৰে ফাৰ্মাচিষ্ট গৰাকীক।

উল্লেখ্য যে ,জিএমচিএইচৰ কেন্দ্ৰীয় ফাৰ্মাচীত ৰোগীৰ বাবে উপলব্ধ জীৱন দায়নী ঔষধ জাৰি নকৰাৰ ক্ষেত্ৰত চৰকাৰী কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগৰ ভিত্তিতে নিলম্বন কৰা হয়।নিলম্বিত ফাৰ্মাচিষ্ট গৰাকীৰ ঘৰ মিৰ্জাত।

Your Comments