নিউজ ডেস্ক:
উদ্যোগপতি ৰতন টাটালৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান।অসম বৈভৱ বঁটালৈ নিৰ্বাচিত টাটা ট্ৰাষ্টৰ মুৰব্বী গৰাকী।দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বৈভৱ বঁটাৰ বাবে ৰতন টাটাৰ নাম ঘোষণা কৰে।
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে 'অসম বৈভৱ' বঁটা প্ৰদান কৰিব।
গুৰুত্বপূৰ্ণ কথা এই যে ,মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণৰ পাছত অসম বৈভৱ বঁটা প্ৰদানৰ কথা কেবিনেট বৈঠকত ঘোষণা কৰিছিল।
- Log in to post comments
- 10 views