গৰুখুঁটি ঘটনাৰ কেমেৰামেন বিজয় বণিয়াক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

গৰুখুঁটিৰ প্ৰতিবাদকাৰীৰ ওপৰত জঁপিয়াই পৰা প্ৰশাসনৰ কেমেৰা পাৰ্চন ধৃত বিজয় বণিয়াক গ্ৰেপ্তাৰ।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে চিআইডিয়ে নিজাকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।উল্লেখ্য যে প্ৰশাসনে গুলীবিদ্ধ কৰা এগৰাকী প্ৰতিবাদকাৰী ব্যক্তিৰ ওপৰত জঁপিয়াই পৰিছিল বণিয়াই ।তাৰ পাছতে ফটোগ্ৰাফাৰ গৰাকীক গ্ৰেপ্তাৰৰ দাবীত সামাজিক মাধ্যম ফেচবুকত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টিৰ হৈছিল।

ধৃত বণিয়াক গ্ৰেপ্তাৰ কৰা কথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ঘোষণা কৰিছে।চিআইডিৰ জিম্মাত ৰখা হৈছে আক্ৰমনকাৰী গৰাকীক।

Your Comments