সংখ্যালঘু সমন্বয়ৰক্ষী সমিতিৰ আজি দৰং জিলা বন্ধৰ ঘোষণা

A

নিউজ ডেস্ক:

ছিপাঝাৰৰ গৰুখুঁটিৰ বৰ্বৰ ঘটনাৰ বিৰুদ্ধে আজি দৰং জিলা বন্ধ ঘোষণা সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ।পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫বজালৈ বন্ধ ঘোষণা ।

আৰক্ষীৰ গুলিত নিহত পৰিয়ালৰ নিকটাত্মীয়লৈ ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে গুলিবিদ্ধ আহত পৰিয়ালক ৫লাখ টকা প্ৰদানৰ দাবী সমন্বয়ৰক্ষী সমিতিৰ ৷

অসম চৰকাৰে সংখ্যালঘুসকলক লক্ষ্য কৰি নিধন কৰিছে।গুৰুতৰ অভিযোগ সমন্বয়ৰক্ষী সমিতিৰ।

Your Comments