কোকৰাঝাৰৰ এনকাউণ্টাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ, ১৫ দিনত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ

A

নিউজ ডেস্ক:


কোকৰাঝাৰৰ এনকাউণ্টাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ।নামনি অসমৰ আয়ুক্ত জয়ন্ত নাৰ্লিকাৰক দায়িত্ব অৰ্পণ তদন্তৰ।নির্দেশনা অনুসৰি ১৫দিনৰ ভিতৰত দাখিল কৰিব লাগিব তদন্তৰ প্ৰতিবেদন।

উল্লেখ্য যে   ইউএলবি সন্দেহত গ্ৰেপ্তাৰ কৰা প্ৰাক্তন ২এনদিএফবি সদস্য জংচাৰ ব্ৰহ্ম আৰু জনক বড়োক আৰক্ষীয়ে জিম্মাৰ পৰা পলায়ন কৰা বুলি এনকাউণ্টাৰ কৰি হত্যা কৰিছিল।

Your Comments