দেওবাৰৰ পৰা ৯বজাত খুলিব পাৰিব ৰাজ্যত মদৰ দোকান

Wineshop

ক'ৰ’না প্ৰতিৰোধৰ বাবে ১২ বজাৰপৰা জাৰি কৰা সান্ধ্য আইনৰ বাবে আবকাৰী বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।দেওবাৰৰপৰা ৰাজ্যত ১১ বজাৰ পৰিৱৰ্তে পুৱা ৯বজাত মুকলি কৰিব পাৰিব সুৰাৰ বিপনী সমূহ।

সুৰাৰ বিপনী সমূহে সামাজিক দূৰত্ব বজাই ৰাখি মুকলি কৰিব লাগিব বুলি আবকাৰী বিভাগে নিৰ্দেশনা জাৰি কৰিছে।

উল্লেখ্য যে দেওবাৰে ১১ বজাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব।

Your Comments