উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল:সকলো ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰাই দিয়াৰ ঘোষণা,পঢ়ি জানি লওঁক

Pic

ক'ৰ'না আতংকৰ বাবে স্থগিত ৰখা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অৱশেষত বাতিল।মাধ্যমিক শিক্ষা সংসদে জাননীৰ জৰিয়তে ঘোষণা কৰিলে এই কথা।

৪মে'ৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা,কিন্তু ক'ৰ'না আক্রান্তৰ দ্ৰুত বৃদ্ধিৰ বাবে স্থগিত ৰখা হৈছিল পৰীক্ষা।

Pic

মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে প্ৰেৰণ কৰা জাননীত উল্লেখ থকা অনুসৰি-"ছাত্ৰ-ছাত্ৰীক উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষলৈ উত্তীৰ্ণ কৰাই দিয়া হৈছে।অনলাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে দ্বিতীয় বৰ্ষত নামভৰ্তি কৰিব পাৰিব।

গুৰুত্বপূৰ্ণ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান ক'ৰ'নাৰ বাবে বন্ধ ৰখা হৈছে।

Your Comments