গুৱাহাটী ৰে'ল ষ্টেচনত বোমাতংক

station

গুৱাহাটী ৰে'ল ষ্টেচনত সৃষ্টি হৈছে বোমাতংক।ৰে'ল ষ্টেচনটোৰ ৯ নম্বৰ প্লেটফৰ্মত এটা পৰিত্যক্ত বেগত বোমা থকাৰ সন্দেহ কৰা হৈছে।ইতিমধ্যে প্লেটফৰ্মটোত উপস্থিত হৈছে আৰক্ষীৰ শীর্ষ বিষয়া।উপস্থিত হৈছে বোমা বিশেষজ্ঞৰ দল।কটকটীয়া কৰি তোলা হৈছে ৰেল ষ্টেচনটোৰ ভিতৰে-বাহিৰে সুৰক্ষা ব্যৱস্থা।

Your Comments