বুধবাৰে বিজেপিত যোগদান প্ৰাক্তন অগপ মন্ত্ৰী ৰেখাৰাণী দাস বড়োৰ

rekha

নিউজ ডেস্ক:

কংগ্রেছৰ পিছত এইবাৰ অগপত আৰম্ভ হৈছে খহনীয়া।বুধবাৰে বিজেপিত যোগ দিব প্ৰফুল্ল মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ মন্ত্ৰী ৰেখাৰাণী দাস বড়োৱে। 
পূৰ্বতে বৰমা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হোৱা ৰেখাৰাণী দাস বড়োৱে কি কাৰণত বিজেপিত যোগ দিবলৈ বিচাৰিছে,সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই।অৱশ্যে এটা কথা ঠিক ৰেখাৰাণী দাস বড়োৰ অগপ ত্যাগে ক্ষতি কৰিব আঞ্চলিক দলটোক। 
ইফালে,বড়োৰ লগতে বুধবাৰে অগপৰ বহুকেইগৰাকী মহিলাই সদস্যাই আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত।

Your Comments