মোৰ ৰাজনৈতিক উত্থানত শংকিত  বিৰোধীয়ে মই কয়লা ছিণ্ডিকেটত জড়িত বুলি অপপ্ৰচাৰ চলাইছে-কৃষ্ণেন্দু পাল

paul

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

বৰাক বিজেপিৰ ভাবমূৰ্তি নষ্ট কৰাৰ বাবেই এটা চক্ৰই ধাৰাবাহিকভাৱে অপপ্ৰচাৰ চলাই আছে বুলি মন্তব্য কৰিছে  বিজেপিৰ যুৱ নেতা তথা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে।কয়লা ছিণ্ডিকেটত তেওঁৰ নাম সাঙুৰা সন্দৰ্ভত এই বুলি মন্তব্য কৰে বিধায়কজনে।তেওঁৰ ৰাজনৈতিক উত্থানত শংকিত হৈ বিৰোধী দলে এনে অপপ্ৰচাৰ চলাইছে বুলি তেওঁ উল্লেখ কৰে।দলীয় কামত দিল্লীত থকা বিধায়ক কৃষ্ণেন্দু পালে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত এই বুলি প্ৰকাশ কৰিছে বিধায়কজনে।


কৰিমগঞ্জৰ এছ পি মানবেন্দ্ৰ ৰয়ৰ কঠোৰ পদক্ষেপৰ বাবে বৰ্তমান জিলাখনত অবৈধ কার্যকলাপ বন্ধ হৈছে বুলিও তেওঁ মন্তব্য কৰে।

Your Comments