গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বন্ধ সমৰ্থকৰ আক্ৰমণ। এখন স্কুটীত হেলমেট পৰিধান কৰি আহি ৰডেৰে আক্ৰমণ কৰে বাছখনক। বাছখনত প্ৰায় ২০গৰাকী যাত্ৰী আছিল। বাছখনত আক্ৰমণ কৰাৰ পিছত আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয় যুৱক দুজন। বাছখনৰ নম্বৰ এএছ-২০ ১৯৯৪৷
- Log in to post comments
- 13 views