গুৱাহাটীত আছুৰ জাতিধ্বংসী বিধেয়কৰ প্ৰতিলিপি দাহ

ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত৷ গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থাই দাহ কৰিলে জাতিধ্বংসী বিধেয়কৰ প্ৰতিলিপি। 

মোডী চৰকাৰ হায় হায় , নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, মোডী চৰকাৰ হুচিয়াৰ শ্লোগানেৰে ৰাজপথ উত্তাল কৰিলে আছুৰ সদস্যই৷

Your Comments