# দীঘলীপুখুৰীপাৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ জোঁৰ লৈ প্ৰতিবাদী সমদল ।
# প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ।
# নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী সংগঠনকেইটাৰ লগতে ছাত্ৰ সমাজৰ ।
# চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল দীঘলীপুখুৰীপাৰ ।
# বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত ঐক্যবদ্ধ প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ সংগঠনকেইটাৰ ।
- Log in to post comments
- 11 views