চাহ শ্ৰমিকক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ গহপুৰ উপ শাখা সমিতিৰ ৩৫০ টকা চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি পালন নকৰিলে বিজেপি চৰকাৰে আৰু চাহ জনগোষ্টীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে ৷
কিন্তু এই প্ৰতিশ্ৰুতি পালন কৰা দেখা নোপোৱাত আটছাৰ গহপুৰ উপ-শাখাই বাগিচাৰসমূহ ৰাইজ তথা শ্ৰমিকক নিজস্ব বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে গহপুৰৰ বিভিন্ন চাহ বাগিচাসমূহত আটছাই ব্যাপক চৰকাৰ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰিছে।
- Log in to post comments
- 9 views