ৰাজ্যজুৰি নাগৰিকত্ব সংশোধবনী বিধেয়কৰ বিৰুদ্বে অৱ্যাহত আছে তীব্ৰ প্ৰতিবাদ ।
তাৰ মাজেত ৰাজধানী চহৰ গুবাহাটী মহানগৰীত ঘূৰি ফুৰিছে অবৈধ বাংলাদেশী নাগৰিক ।
সোমবাৰে আবেলি আই এছ বিটিৰ পৰা বাংলাদেশলৈ বুলি যাবলৈ বাছৰ টিকট বিচাৰি আহি গ্ৰেপ্তাৰ হ'ল এজনী যুৱতী ।
যুৱতীজনীৰ নাম মুকতা বেগম । গাঁও মহম্মদপুৰ, জিলা ঢাকা ।
মুম্বাইৰ পৰা ৰে'লেৰে পল্টনবজাৰলৈ আহিছিল । তাৰ পৰাই আহিছিল আই এছ বি টিলৈ ।
- Log in to post comments
- 53 views