ৰাজ্যত ৫১ জন পুৰোহিত আৰু কাজীক গ্ৰেপ্তাৰ, বৰ্তমানলৈ ২,০৪৪গৰাকী বেআইনী স্বামী আৰক্ষীৰ জালতঃ জি পি সিং

 A

 

নিউজ ডেস্ক:
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে বেআইনী স্বামীক৷বাল্যবিবাহ সন্দৰ্ভত DGP কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে  আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। আজিৰ দিনটোত ৰাজ্যৰ ২,০৪৪গৰাকী বেআইনী স্বামীক গ্ৰেপ্তাৰ কৰা হয় বুলি সংবাদমেলত মন্তব্য কৰে জি পি সিঙে৷লগতে বাল্যবিৱাহৰ সৈতে জড়িত ৫২ জন পুৰোহিত আৰু কাজীকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি সংবাদমেলত সদৰি কৰে জি পি সিঙে।

Your Comments