কলিজা আইতা আৰু নাই

 A

 

নিউজ ডেস্ক:
কলিজা আইতা আৰু নাই৷ সকলোকে কন্দুৱাই অৱশেষত এই পৃথিৱীৰ পৰা বিদায় ললে ১০৮ বছৰীয়া কলিজা আইতাই ৷
বৃহস্পতিবাৰে পুৱা ১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে আইতাই।উল্লেখ্য যে বিগত ৮ দিন ধৰি ভেন্টিলেশ্যনত মৃত্যুৰে যুঁজ দিছিল কলিজা আইতাই।
১৯ তাৰিখৰ পৰা গুৱাহাটী মেডিকেল কলেজৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল কলিজা  আইতা।

Your Comments