
নিউজ ডেস্ক:
অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ শাৰীৰিকভাৱে অসুস্থ ৷
মঙ্গলবাৰে হেল্থ চিটি হস্পিতালত ভৰ্তি কৰা হৈছে শিল্পীজনক।কিছু গুৰুতৰ শাৰীৰিক অসুস্থতাৰ বাবে শিল্পী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।হেল্থ চিটি হস্পিতালত ডাঃ চন্দনা শৰ্মা, ডাঃ বিকাশ চৌধুৰীৰ তত্বাৱধানত চিকিৎসা চলি আছে শিল্পীগৰাকীৰ।চিকিৎসকে জনোৱা অনুসৰি, কিছুদিন চিকিৎসালয়তে থাকিব লাগিব কণ্ঠশিল্পীগৰাকী।
- Log in to post comments
- 11 views