
নিউজ ডেস্ক:
অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ।' কাশ্মীৰ ফাইল' চোৱাৰ বাবে ৰাজ্য চৰকাৰে অৰ্ধ ছুটিৰ ঘোষণা কৰিছে।যিসকলে ছবিখন চাব বিচাৰে তেনে কৰ্মচাৰীয়ে লাভ কৰিব অৰ্ধ ছুটী।বৃহস্পতিবাৰে এক জাননী জৰিয়তে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে এই কথা।উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুদিন পূর্বে ছবিখন উপভোগ কৰি অৰ্ধ ছুটিৰ কথা ঘোষণা কৰিছিল।
- Log in to post comments
- 30 views