অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ লিখিত পৰীক্ষা ২৪এপ্ৰিলত, বৃহস্পতিবাৰৰ পৰা ওলাব এডমিত

A

B
নিউজ ডেস্ক:

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা।এ বি আৰু ইউ বি উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা একেলগে অনুষ্ঠিত হ'ব।২৪ এপ্ৰিলত অনুষ্ঠিত হ'ব পৰীক্ষা।উল্লেখ্য যে মুঠ ৬২৬টা পদৰ বাবে অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা।ইয়াৰ বাবে ১৭মার্চৰ পৰা ৩০ মার্চৰ ভিতৰত এছ এল পি আৰ বি ৱেবচাইটত উপলব্ধ হ’ব এডমিট কাৰ্ড।
গুৰুত্বপূৰ্ণ কথা যে , লিখিত পৰীক্ষা ১০০নম্বৰৰ হ’ব।২ঘণ্টা হ’ব পৰীক্ষাৰ সময়।দিনৰ ১০বজাৰ পৰা ১২বজালৈ এই লিখিত পৰীক্ষাৰ অনুষ্ঠিত হ’ব।

Your Comments