বিধায়ক ৰূপে শপতগ্ৰহণ ভূৱন গামৰ

A

নিউজ ডেস্ক:

মাজুলীৰ নৱ-নিৰ্বাচিত বিধায়ক ভূৱন গামৰ শপত গ্ৰহণ।অসম বিধানসভা বাজেট অধিৱেশৰ প্ৰথমদিনটোতে বিধায়ক হিচাপে  শপত লয় গামে।উল্লেখ্য যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰ সুৰী হিচাপে মাজুলীৰ পৰা নিৰ্বাচিত হৈছে গাম।বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শপত বাক্য পাঠ কৰোৱায় বিধায়ক গৰাকীক।অসমীয়াতে শপত বাক্য পাঠ কৰে প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা গামে।

Your Comments